surensurface

Surendra Barma (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-01
1. Historial(Proper Noun-Masculine) A king whose name is mentioned in Umachal inscription in Assamese script. গুৱাহাটীৰ নীলাচল পাহাৰৰ নামনিত থকা এক অঞ্চল ইয়াত পোৱা শিলালিপি৷ পুৰণি অসমীয়া লিপিৰ নিদৰ্শন৷ সুৰেন্দ্ৰবৰ্মন নামৰ ৰজা এজনৰ নাম -উমাচল শৈল শাসন- লিপিত উল্লেখ আছে৷ খৃ: পঞ্চম শতিকা৷